ভূপেন হাজৰিকাৰ জীৱন ৰথ

   ভূপেন হাজৰিকাৰ জীৱনৰ প্ৰধান ঘটনাসমূহৰ 
                   চমু ধাৰাবাহিক আলেখ্য
 ১৯২৬ চন : শদিয়াত জন্ম । পিতৃ নীলকান্ত হাজৰিকা তেতিয়া স্কুলত উপপৰিদৰ্শক আছিল ( তেখেতে পাছলৈ এছ ডি চি পদবী পাইছিল ) । মাতৃ শান্তিপ্ৰিয়া হাজৰিকা ।ভুপেন হাজৰিকা সাতজন ককাই-ভাই আৰু তিনিগৰাকী বাই-ভনীৰ জ্যেষ্ঠ । সৰু কালছোৱাত শদিয়া, ধুবুৰী আদিত কটোৱাৰ পিছত তেজপুৰত স্কুলীয়া শিক্ষা ল'বলৈ ধৰে ।